মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অগ্নি আৰু আপদকালীন সেৱা

আপাতকালীন ব্যৱস্থাপনা

প্ৰধান লক্ষ্যসমূহক পদ্ধতিগত তথা সাংগঠনিক ভাৱে প্ৰস্তুত কৰাৰ উদ্দেশ্য আগত ৰাখি এই পৰিকল্পনাৰ গঠন কৰা হৈছিল।জুই তথা আপাতকালীন সেৱাই জুই লগা, ভূমিকম্প আদিৰ দৰে বিপদৰ সময়ত নিজৰ সেৱাসমূহ সৰ্বতোপ্ৰকাৰে আগবঢ়ায়।

অধিক তথ্যৰ বাবে, কাষত দিয়া লিংকটিত ক্লিক কৰক : ইয়াত ক্লিক কৰক