অগ্নি তথা আপাতকালীন সেৱা, অসমৰ সঞ্চালকে সেৱাৰ লগত জড়িত যিকোনো বিষয়ৰ বাবে তলত উল্লেখিত অনা-আপত্তি পত্ৰ প্ৰস্তুত কৰিব পাৰে :
অসম অগ্নি সেৱা নিয়ম, ১৯৮৯ ৰ নিয়ম-১৮(২) ৰ অধীনত অগ্নি প্ৰতিৰোধ আৰু নিৰাপত্তা ব্যৱস্থাৰ বাবে অনা-আপত্তি পত্ৰ ৰুজু কৰিব পাৰে। অধিক জানিবৰ বাবে, ক্লিক কৰক : ডাউনলোড
অগ্নি নিৰাপত্তাৰ অনা-আপত্তি পত্ৰ নবীকৰণ। অধিক জানিবৰ বাবে, ক্লিক কৰক : ডাউনলোড
নাগৰিক চনদৰ ফৰ্মেট- অগ্নি প্ৰতিৰোধ তথা নিৰাপত্তাৰ ক্ষেত্ৰত অনা-আপত্তি পত্ৰ।
অধিক জানিবৰ বাবে ক্লিক কৰক: ডাউনলোড