অসম অগ্নি সেৱা নিয়ম, ১৯৮৯ ৰ নিয়ম-১৮(২) ৰ অধীনত অগ্নি প্ৰতিৰোধ আৰু নিৰাপত্তা ব্যৱস্থাৰ বাবে অনা-আপত্তি পত্ৰ ৰুজু কৰিব পাৰে।
উল্লিখিত স্মাৰকলিপি অনুসৰি প্ৰক্ৰিয়া সম্পন্ন হয়। স্মাৰকলিপিৰ বাবে : ক্লিক কৰক।
কোনো ধৰণৰ মাচুলৰ প্ৰয়োজন নাই।
Schedule I অনুসৰি আবেদন পত্ৰ।
সঠিকভাৱে আবেদন পত্ৰ পূৰণ কৰি বিভাগত জমা দিব লাগে।
এই সেৱা অফলাইন।
| Schedule I | আবেদন পত্ৰ | ডাউনলোড |
সঞ্চালক, অগ্নি তথা আপাতকালীন সেৱা, অসম